Financial Accounting Question Paper from the 2022 (CBCS) examination. This essential resource is your key to mastering the syllabus for both Honours and Regular courses and acing your first semester. This post contains the complete question paper for Financial Accounting (Paper: COM-HC-1016/RC-1016), helping you familiarize yourself with the exam format. Practicing with this 2022 paper will give you a clear understanding of the question distribution and important chapters. It will also help you learn how to complete the exam, which has 70 full marks and a time limit of three hours, effectively. Enhance your preparation, identify crucial topics, and score higher by engaging with this previous year's paper. Explore the full question paper below to begin your journey to a great result!
(Sem-1/CBCS) FAC HC/RC
2022
FINANCIAL ACCOUNTING
(Honours/Regular)
Paper: COM-HC-1016/RC-1016
Full Marks: 70
Time: Three hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. Answer any ten questions as directed : 1x10=10
নির্দেশ অনুসৰি যিকোনো দহটা প্রশ্নৰ উত্তৰ দিয়াঃ
(a) The concept that a business enterprise will not be sold or liquidated in near future is known as
যি ধাৰণাৰ মতে এটা ব্যবসায় প্রতিষ্ঠান অদূৰ ভবিষ্যতে বিক্রী অথবা অৱসায়ন নহয়, তাক কোৱা হয়
(i) going concern চলিত প্রতিষ্ঠান
(ii) economic entity অর্থনৈতিক অনুষ্ঠান
(iii) cost concept ব্যয়ৰ ধাৰণা
(iv) None of the above ওপৰৰ এটাও নহয়
(Select appropriate answer) (যথোপযুক্ত উত্তৰটো বাচি উলিওৱা)
(b) Which of the following is secondary storage device ?
তলত দিয়া কোনটো দ্বিতীয় পৰ্যায়ৰ সংৰক্ষণ ব্যবস্থা?
(i) RAM
(ii) ROM
(iii) Pendrive
(iv) None of the above ওপৰৰ এটাও নহয়
(Select appropriate answer) (যথোপযুক্ত উত্তৰটো বাচি উলিওৱা)
(c) According to going concern concept, a business is viewed as having
চলিত প্ৰতিষ্ঠানৰ ধাৰণা অনুযায়ী, এটা ব্যবসায়ৰ কি থকা বুলি ধৰা হয়?
(i) a limited life এক সীমিত জীৱন
(ii) a very long life এক অতি দীর্ঘ জীৱন
(iii) a definite life এক নিশ্চিত জীৱন
(iv) an indefinite life এক অনিশ্চিত জীৱন
(Select appropriate answer) (যথোপযুক্ত উত্তৰটো বাচি উলিওৱা)
(d) Closing stock is valued at সামৰণী মজুত পণ্যৰ মূল্যায়ন কৰা হয়
(i) cost price ক্রয় মূল্যত
(ii) cost price or market price whichever is higher ক্রয় মূল্য নাইবা বজাৰ মূল্যৰ মাজত যিটো ডাঙৰ
(iii) cost price or market price whichever is lower ক্রয় মূল্য নাইবা বজাৰ মূল্যৰ মাজত যিটো সৰু
(iv) market price বজাৰ মূল্যত
(Select appropriate answer) (যথোপযুক্ত উত্তৰটো বাচি উলিওৱা)
(e) Under instalment system, ownership on the goods passes to buyer only after the payment of the last instalment by the buyer. (State whether the statement is True or False)
কিস্তি পদ্ধতিত, বস্তুৰ মালিকানা ক্রেতালৈ হস্তান্তৰিত হয় কেবলমাত্র ক্রেতাই শেষ কিস্তি আদায় দিয়াৰ পিছত। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(f) Goods returned by the branch to head office are recorded in debit side of Branch Account. (State whether the statement is True or False)
শাখাৰ দ্বাৰা মুখ্য কাৰ্যালয়লৈ ফিৰৎ দিয়া বস্তু শাখা হিচাপৰ ডেবিটৰ ফালে নথিভুক্ত কৰা হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(g) IFRSs are issued by IASB. (State whether the statement is True or False)
IFRS বোৰ IASB-ৰ দ্বাৰা জাৰি কৰা হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(h) The full form of RAM is _____________. (Fill in the blank with appropriate word/words)
RAM-ৰ পূৰ্ণৰূপ হ'ল ____________। (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(i) Any expenditure which increases earning capacity is called __ expenditure. (Fill in the blank with appropriate word/words) যি খৰচে উপাৰ্জন ক্ষমতা বৃদ্ধি কৰে তাক __ খৰচ কোৱা হয়। (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(j) The full form of C.P.U. is Central __ Unit. (Fill in the blank with appropriate word/words) C.P.U. ৰ পূৰ্ণ ৰূপ হ'ল Central __ Unit. (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(k) IFRS and GAAP are same. (State whether the statement is True or False) IFRS আৰু GAAP একেই হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(l) Profit on sale of building is a revenue income. (State whether the statement is True or False) ভৱন বিক্ৰী কৰি প্ৰাপ্ত লাভ এটা ৰাজস্ব আয় হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(m) Bad debts previously written off but subsequently recovered is credited to __. (Fill in the blank with appropriate word/words) পূৱবর্তীকালত অৱলোপন কৰা কিন্তু পৰবৰ্তীকালত ঘুৰাই পোৱা অনদ্ধাৰণীয় ঋণ __ হিচাপলৈ ক্রেডিট কৰা হয়। (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(n) Interest on capital is a charge against profits. (State whether the statement is True or False) মূলধনৰ ওপৰত সুত লাভৰ বিপৰীতে এটা ব্যয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(o) Hire purchase and instalment purchase systems are synonymous. (State whether the statement is True or False) ভাৰা-ক্রয় পদ্ধতি আৰু কিস্তি পদ্ধতি দুটা সমার্থক হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(p) Profit shown in the Branch Account is transferred to __ Account. (Fill in the blank with appropriate word/words) শাখা হিচাপত দেখুৱা লাভ __ হিচাপলৈ স্থানান্তৰিত কৰা হয়। (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
2. Answer any five questions very briefly: 2x5=10
খুব চমুকৈ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ দিয়াঃ
(a) What is hire purchase price?
ভাৰা-ক্রয় মূল্য মানে কি হয়?
(b) What is branch accounting?
শাখা হিচাপ কাৰণ মানে কি হয়?
(c) Mention any two advantages of computerised accounting system.
কম্পুটাৰকৃত হিচাপ পদ্ধতিৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা।
(d) Explain any two distinctions between hire purchase system and instalment payment system.
ভাৰা-ক্রয় পদ্ধতি আৰু কিস্তি পদ্ধতিৰ মাজত থকা যিকোনো দুটা পার্থক্য ব্যাখ্যা কৰা।
(e) What is matching concept?
সমতুল্য ধাৰণা কি?
(f) Explain any two distinctions between capital receipt and revenue receipt.
মূলধনী প্রাপ্তি আৰু ৰাজস্ব প্ৰাপ্তিৰ মাজত থকা যিকোনো দুটা পার্থক্য ব্যাখ্যা কৰা।
(g) Mention any two components of a computer.
কম্পুটাৰৰ যিকোনো দুটা উপকৰণৰ নাম উল্লেখ কৰা।
(h) Explain any two distinctions between cash basis and accrual basis of accounting.
হিচাপকৰণৰ নগদ ভিত্তি আৰু সঞ্চিত ভিত্তিৰ মাজত থকা যিকোনো দুটা পার্থক্য ব্যাখ্যা কৰা।
(i) Mention any two features of Tally 9.
Tally 9-ৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।
(j) Mention any two qualitative characteristics of accounting.
হিচাপকৰণৰ যিকোনো দুটা গুণগত বৈশিষ্ট্য উল্লেখ কৰা।
3. Answer any four questions : 5x4=20
যিকোনো চাৰিটা প্রশ্নৰ উত্তৰ দিয়া:
(a) Mention any five users of accounting information along with their various information needs.
হিচাপৰ তথ্যৰ যিকোনো পাঁচজন ব্যবহাৰকাৰী তেঁওলোকৰ বিভিন্ন তথ্যৰ প্ৰয়োজনীয়তাৰ সৈতে উল্লেখ কৰা।
(b) Mention any five objectives of Accounting Standards.
হিচাপৰ মানকৰ যিকোনো পাঁচটা উদ্দেশ্য উল্লেখ কৰা।
(c) Explain any five distinctions between capital expenditure and revenue expenditure.
মূলধনী খৰচ আৰু ৰাজস্ব খৰচৰ মাজত থকা যিকোনো পাঁচটা পার্থক্য ব্যাখ্যা কৰা।
(d) What is a Balance Sheet? Explain any four distinctions between a Balance Sheet and a Trial Balance. 1+4=5
উদ্বৃত্তপত্র মানে কি হয়? উদ্বৃত্তপত্ৰ আৰু উদ্বৃত্ত মিলন পত্ৰৰ মাজত থকা যিকোনো চাৰিটা পার্থক্য ব্যাখ্যা কৰা।
(e) Mention any five needs for issuing IFRS.
IFRS জাৰি কৰাৰ যিকোনো পাঁচটা প্রয়োজনীয়তা উল্লেখ কৰা।
(f) From the following particulars of Sourabh Hazarika, prepare a Trading Account and ascertain his Gross Profit for the year ending on 31st March, 2022:
সৌৰভ হাজাৰিকাৰ তলত দিয়া তথ্যবোৰৰ পৰা, 31 মার্চ, 2022 তাৰিখত অন্তপৰা বছৰটোৰ বাবে এটা ক্রয়-বিক্রয় হিচাপ প্ৰস্তুত কৰা আৰু তেঁওৰ মুঠ লাভ নির্ণয় কৰাঃ
(g) On 1st April, 2019, Mathura Cement Ltd. purchased a Truck from Jupiter Wheelers Ltd. on hire purchase system. As per agreement, Rs. 25,000 is to be paid on delivery and the balance in three annual equal instalment of Rs. 30,000 each payable on 31st March each year. The cash price of the Truck was Rs. 1,00,000. Show the Hire Vendor Account in the books of Mathura Cement Ltd.
01/04/2019 তাৰিখে, Mathura Cement Ltd-এ Jupiter Wheelers Ltd-ৰ পৰা ভাৰা-ক্ৰয় পদ্ধতিত এখন ট্রাক ক্রয় কৰে। চুক্তিমতে, 25,000 টকা তাৎক্ষণিকভাবে আদায় দিয়া হব আৰু বাকী টকাখিনি প্রতি বছৰ 31 মার্চ তাৰিখে বছৰি 30,000 টকাকৈ সমপৰিমাণ তিনিটা কিস্তিত আদায় দিয়া হব। ট্রাকখনৰ নগদ মূল্য আছিল 1,00,000 টাকা। Mathura Cement Ltd -ৰ বহীত ভাৰা বিক্রেতাৰ (Hire Vendor) হিচাপ প্ৰস্তুত কৰা।
(h) Kerala Tea Company purchased a motor car from Assam Motors Ltd. on instalment system on 01/01/2019, paying cash Rs. 10,000 down and agreeing to pay the balance in three equal annual instalments of Rs. 10,000 each on December 31st each year. The cash price of the motor car was Rs. 37,250 and interest was charged @ 5% per annum. Kerala Tea Company writes off depreciation @ 10% per annum on written down value method. Show the calculation of interest and depreciation in the books of Kerala Tea Company.
01/01/2019 তাৰিখে Kerala Tea Company -এ Assam Motors Ltd-ৰ পৰা কিস্তি পদ্ধতিত এখন মটৰ গাড়ী ক্ৰয় কৰি তাৎক্ষণিকভাৱে নগদ 10,000 টকা আদায় দিয়ে আৰু বাকী টকাখিনি প্রতি বছৰ 31 ডিচেম্বৰ তাৰিখে বছৰি 10,000 টকাকৈ সমপৰিমাণ তিনিটা কিস্তিত আদায় দিবলৈ মান্তি হয়। মটৰ গাড়ীৰ নগদ মূল্য আছিল 37,250 টকা আৰু সূত ধাৰ্য কৰা হৈছিল বছৰি 5% হাৰে। Kerala Tea Company-এ বছৰি 10% হাৰে ক্রমহ্রাসমান উদ্বৃত্ত পদ্ধতিত অবক্ষয় বিলোপ কৰে। Kerala Tea Company -ৰ বহীত সূত আৰু অবক্ষয়ৰ গণনা কৰা কাৰ্য দেখুৱা।
4. Answer any three questions : 10x3=30
যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া:
(a) From the following Trial Balance of Sri Arjun Talukdar and the other information given below, prepare a Profit and Loss Account for the year ended on 31st March, 2022 and a Balance Sheet as on that date: Sri Arjun Talukdar-ৰ তলত দিয়া উদ্বৃত্ত মিলনপত্র আৰু অন্যান্য তথ্যৰ পৰা, 31 মার্চ, 2022 তাৰিখে অন্তপৰা বছৰটোৰ বাবে এটা লাভ-লোকচান হিচাপ আৰু উক্ত তাৰিখত এটা উদ্বৃত্ত পত্ৰ প্ৰস্তুত কৰা :
Trial Balance (উদ্বৃত্ত মিলনপত্র)
Adjustments: সংযোজন:
(i) Outstanding Rent Rs. 5,000 অপ্রদত্ত ভাৰা
(ii) Machinery to be depreciated by 10% যন্ত্রপাতিৰ ওপৰত 10% হাৰে অবক্ষয় ধৰিব লাগে।
(b) From the following Trial Balance of Sandip and Prakash as on 31st March, 2022 and other information given below, prepare Profit and Loss Account and Profit and Loss Appropriation Account of the firm for the year ended on 31st March, 2022 and the Balance Sheet as on that date: Sandip আৰু Prakash-ৰ তলত দিয়া 31 মার্চ, 2022 তাৰিখৰ উদ্বৃত্ত মিলনপত্ৰ আৰু অন্যান্য তথ্যৰ পৰা, 31 মার্চ, 2022 তাৰিখত অন্ত পৰা বছৰটোৰ বাবে লাভ-লোকচান হিচাপ, লাভ-লোকচান উপযোজন হিচাপ আৰু উক্ত তাৰিখত উদ্বৃত্তপত্ৰ প্ৰস্তুত কৰা :
Trial Balance (উদ্বৃত্ত মিলনপত্র)
Adjustments : সংযোজন:
(i) Prepaid publicity Rs. 1,000 অগ্রীম প্রদত্ত বিজ্ঞাপন খৰচ
(ii) Depreciate Furniture @ 20% per annum and Plant and Machinery @ 10% per annum আজ্বাবত বছৰি 20% আৰু কলকব্জা আৰু যন্ত্রপাতিত বছৰি 10% হাৰে অৱক্ষয় ধৰিব লাগে
(iii) Partners will get interest on Capital @5% per annum অংশীদাৰ সকলে মূলধনৰ ওপৰত বছৰি 5% হাৰে সূত পাব
(iv) Provision for Doubtful Debts is to be increased by Rs. 2,400 সন্দেহমূলক ঋণৰ ভবিষ্যৎ ব্যবস্থা 2,400 টকা বৃদ্ধি কৰা হব
(c) Arun Traders Ltd. of Guwahati sends goods to its Kolkata Branch at cost plus 25%. From the following particulars, prepare the necessary Ledger Accounts in the books of the Head Office under Stock and Debtors System : গুৱাহাটীৰ Arun Traders Ltd.-এ তাৰ কলকাতা শাখালৈ ক্রয়মূল্যৰ ওপৰত 25% যোগ কৰি বস্তু প্ৰেৰণ কৰে। তলত দিয়া, বিৱৰণৰ পৰা, 'মজুতপণ্য আৰু দেনাদাৰ' পদ্ধতিত, মুখ্য কাৰ্যালয়ৰ বহীত প্রয়োজনীয় খতিয়ন প্রস্তুত কৰা :
(d) M/s. Assam Traders Ltd. purchased some plants on 1st April, 2019 from Mumbai Machine Traders on instalment payment system. The cash price of the plants was Rs. 8,00,000 payable as Rs. 2,00,000 down and the balance in three equal annual instalments of Rs. 2,00,000 each, interest was to be charged on the unpaid balance at 5% per annum. The Books of Accounts are closed on 31st March, each year and depreciation on plants was written off at 10% per annum on reducing balance method. Pass necessary Journal Entries in the books of Mumbai Machine Traders for three years. 1 এপ্রিল, 2019 তাৰিখে M/s. Assam Traders Ltd-এ Mumbai Machine Traders-ৰ পৰা কিস্তি পদ্ধতিত কিছুমান কলকব্জা ক্রয় কৰে। কলকব্জাবোৰৰ নগদমূল্য আছিল 8,00,000 টাকা। তাৎক্ষণিকভাবে 2,00,000 টকা আদায় দিয়া হৈছিল আৰু বাকী টকাখিনি 2,00,000 টকাকৈ বছৰি তিনিটা সমপৰিমাণ কিস্তিত আদায় দিয়া হব আৰু অপ্ৰদত্ত উদ্বৃত্তৰ ওপৰত বছৰি 5% হাৰে সূত ধাৰ্য কৰা হব। হিচাপৰ বহীবোৰ প্ৰতি বছৰ 31 মার্চ তাৰিখে সামৰণী পেলায় আৰু কলকব্জাৰ ওপৰত ক্রমহ্রাসমান উদ্বৃত্ত পদ্ধতি বছৰি 10% হাৰে অৱক্ষয় বিলোপ কৰা হয়। Mumbai Machine Traders ৰ বহীত তিনি বছৰৰ বাবে আবশ্যকীয় জাবেদা প্রবিষ্টি দিয়া।
(e) (i) Write a brief note on various types of Accounting softwares. 5 বিভিন্ন ধৰণৰ হিচাপকৰণৰ ভাবসামগ্ৰীৰ ওপৰত এটা চমু টোকা লিখা।
(ii) Mention any five distinctions between manual accounting and computerised accounting system. 5 হাতে লিখা হিচাপকৰণ আৰু কম্পুটাৰকৃত হিচাপকৰণৰ মাজত থকা যিকোনো পাঁচটা পার্থক্য উল্লেখ কৰা।
(f) Explain how revenue is recognised as per AS-9. AS-9-ৰ মতে ৰাজস্ব কেনেকৈ চিহ্নিত কৰা হয় ব্যাখ্যা কৰা।